05/09/2025
✨✨Happy Teachers Day🖊️📔🎊💐
সকলোৰে জীৱনক জ্ঞান আৰু প্ৰজ্ঞাৰে আলোকিত কৰা আৰু নতুন উচ্চতাত উপনীত হ'বলৈ অনুপ্ৰাণিত কৰা গুৰু, পথ প্ৰদৰ্শক শিক্ষকসকলক কৃতজ্ঞতা আৰু শ্ৰদ্ধাৰে শিক্ষক দিৱসৰ আন্তৰিক শুভেচ্ছা আৰু ভক্তিভৰা সেৱা জনাইছোঁ, লগতে মহান শিক্ষাবিদ, দাৰ্শনিক, দেশৰ ভূতপূৰ্ব ৰাষ্ট্ৰপতি, ভাৰত ৰত্ন ড° সৰ্বেপল্লী ৰাধাকৃষ্ণণদেৱক তেখেতৰ জন্মবাৰ্ষিকীত গভীৰ শ্ৰদ্ধাৰে সুঁৱৰিছোঁ।