Uma kanta Doley

Uma kanta Doley জীৱন এটি সংগ্ৰাম

Mon ki bath tirangga yatra   zindabad
25/05/2025

Mon ki bath tirangga yatra zindabad

24/05/2025
24/05/2025

দেশৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোডী ডাঙৰীয়াই ২৫ মে', ২০২৫ দেওবাৰে তেওঁৰ জনপ্ৰিয় অনাতাঁৰ অনুষ্ঠান 'মন কী বাত'ৰ মাধ্যমেৰে দেশবাসীক সম্বোধন কৰিব।

এই অনুষ্ঠান শ্ৰৱণ কৰাৰ উদ্দেশ্যে কালিলৈ মাজুলী সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টি মাজুলী জিলাৰ ১৪২ নং বুথৰ অন্তৰ্গত ফুলনি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উপস্থিত থাকিম। সন্মানীয় নাগৰিক আৰু আমাৰ দলৰ নিষ্ঠাৱান কাৰ্যকৰ্তাসকলক উক্ত অনুষ্ঠানত অংশ ল'বলৈ মই আহ্বান জনাইছোঁ।

Himanta Biswa Sarma
Dilip Saikia
BJP Assam Pradesh

Address

Jonai
787060

Telephone

+919678505631

Website

Alerts

Be the first to know and let us send you an email when Uma kanta Doley posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Uma kanta Doley:

Share