Furniture Gallery

Furniture Gallery Order furniture

ভিডিওটো এবাৰ চাওক
15/01/2024

ভিডিওটো এবাৰ চাওক

for for Road Traffic AccidentSND music company

 Location - Basisth BarpatharRoom -1 Nos with Kitchen, Attest BathroomCell- 8638592106
15/07/2023


Location - Basisth Barpathar
Room -1 Nos with Kitchen, Attest Bathroom
Cell- 8638592106

অৱশেষত গুগল মেপত মোৰ ঘৰৰ Street view আহিলে।
13/07/2023

অৱশেষত গুগল মেপত মোৰ ঘৰৰ Street view আহিলে।

10/07/2023

99% মানুহে ফাইনৰ ভয়ত হেলমেট পিন্ধে।
নিজৰ সুৰক্ষাৰ বাবে নহয়।

কাম আৰম্ভ কৰা আজি এবছৰ সম্পূৰ্ণ হল। কিন্তু সম্পূৰ্ণ নহল বশিষ্ঠ চাৰিআলিৰ Under pass. আৰু বা কিমান মাহ লাগে। আমাৰ কিন্তু স...
07/07/2023

কাম আৰম্ভ কৰা আজি এবছৰ সম্পূৰ্ণ হল। কিন্তু সম্পূৰ্ণ নহল বশিষ্ঠ চাৰিআলিৰ Under pass. আৰু বা কিমান মাহ লাগে। আমাৰ কিন্তু সময় আৰু টকা বহুত অপব্য হৈছে এই এবছৰে।

মোৰ ব্লাড গ্ৰুপ B(+)ব্লাড গ্ৰুপটো জানিবলৈ 2002 চনত পৰীক্ষা কৰিছিলোঁ।সেই ৰিপোৰ্টটো আজিও আছে, সংৰক্ষণ কৰি থৈছোঁ।
04/07/2023

মোৰ ব্লাড গ্ৰুপ B(+)
ব্লাড গ্ৰুপটো জানিবলৈ 2002 চনত পৰীক্ষা কৰিছিলোঁ।
সেই ৰিপোৰ্টটো আজিও আছে, সংৰক্ষণ কৰি থৈছোঁ।

 Location - Basisth BarpatharRoom -1 Nos with Kitchen, BathroomCell- 8638592106
04/07/2023


Location - Basisth Barpathar
Room -1 Nos with Kitchen, Bathroom
Cell- 8638592106

  2020 চনৰ পৰাই মই গুগল ইণ্ডিয়াৰ লগত যোগাযোগ কৰিছিলোঁ। কেইবাবাৰো মেইল কৰিছিলোঁ, গুৱাহাটীত থকা গুগলৰ কৰ্মচাৰী লগত ও যোগায...
02/07/2023



2020 চনৰ পৰাই মই গুগল ইণ্ডিয়াৰ লগত যোগাযোগ কৰিছিলোঁ। কেইবাবাৰো মেইল কৰিছিলোঁ, গুৱাহাটীত থকা গুগলৰ কৰ্মচাৰী লগত ও যোগাযোগ কৰিছিলোঁ। অৱশেষ আজি শুধৰণি দেখা পালোঁ আগতে অসম মেঘালয়ৰ সীমা ভুল কৈ দিয়া আছিল মোৰ ঘৰৰ ওচৰত লগতে গণেশ নগৰ, পাটৰকুচি, কইনাধৰা এই সকলোবোৰ অঞ্চল মেঘালয়ৰ সীমাৰ ভিতৰত বুলি গুগলে দেখুৱাই আছিলে। তলত লিংক দুটা দিলোঁ। এটা মই 2021 কৰা ফেচবুক পোষ্ট , আনটো নিউজ লাইভ ৰ প্ৰচাৰ হোৱা বাতৰি।

https://m.facebook.com/story.php?story_fbid=3483065938396527&id=100000794661428&mibextid=Nif5oz

https://fb.watch/lxeDvbluEf/?mibextid=DcJ9fc

 #ৰক্ত_দান_জীৱন_দান ৰক্ত দান এতিয়ালৈ কেইবাৰ কৰিলোঁ হিচাপ নাই, কাৰণ মই হিচাপ নকৰোঁ। সময় হলে আৰু মন গলেই ৰক্ত দান কৰোঁ। কি...
23/06/2023

#ৰক্ত_দান_জীৱন_দান
ৰক্ত দান এতিয়ালৈ কেইবাৰ কৰিলোঁ হিচাপ নাই, কাৰণ মই হিচাপ নকৰোঁ। সময় হলে আৰু মন গলেই ৰক্ত দান কৰোঁ। কিছুদিন পৰা ৰক্ত দান কৰিম বুলি ভাবি আছিলোঁ, আজি সুবিধা পাই ৰক্ত দান কৰিলোঁ। আপোনালোকক ও আহ্বান কৰিছোঁ ৰক্ত দান কৰিব।

23/08/2020

Assam boy Tridip Kumar Barman big achievement

Address

Basistha
Guwahati
781029

Telephone

8822381061

Website

Alerts

Be the first to know and let us send you an email when Furniture Gallery posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category